Daily MCQs

লাওখোৱা আৰু বুৰহাচাপোৰী বন্যপ্ৰাণী অভয়াৰণ্য কোনখন অসম জিলাৰ সংৰক্ষিত অঞ্চল?

যিকোনো এটা বিকল্প বাছি লোৱাৰ পিছত উত্তৰটো চাব পাৰিব।

একেধৰণৰ প্ৰশ্নসমূহ

পৃথিৱীৰ আটাইতকৈ দীঘল খালটো কোনটো? মহাকাশলৈ যোৱা প্ৰথম ভাৰতীয় কোন? যাৰ যোগফল ২৭ আৰু যাৰ গুণফল ১৮২ সেই দুটা সংখ্যা কি? যদি প্ৰথম ৬টা পদৰ গড় ৩৬, শেষৰ ৬টা পদৰ গড় ৪০, আৰু প্ৰথম ১১টা পদৰ গড় ৩৭ হয় তেন্তে ১২ নং পদৰ মান কিমান? ট্ৰপ’স্ফিয়েৰ আৰু ষ্ট্ৰেট’স্ফিয়েৰৰ মাজৰ সীমাটোক কি বুলি কোৱা হয়: