Daily MCQs

নিম্নলিখিত আহোম ঘটনাবোৰ কালক্ৰমিক ক্ৰমত লিখা – 1) শৰাইঘাটৰ যুদ্ধ, 2) আল বোইৰ যুদ্ধ, 3) ইটাখুলিৰ যুদ্ধ, 4) ঘিলাঝাৰীঘাট চুক্তি

যিকোনো এটা বিকল্প বাছি লোৱাৰ পিছত উত্তৰটো চাব পাৰিব।

একেধৰণৰ প্ৰশ্নসমূহ

শেহতীয়াকৈ জি আই টেগ লাভ কৰা মাতাবাৰী পেৰা আৰু পাচৰা কোন ৰাজ্যৰ? গ্ৰীষ্মকালীন অলিম্পিকত পদক লাভ কৰা অসমৰ প্ৰথমগৰাকী খেলুৱৈ কোন? আৰ্জেণ্টিনাৰ ৰাজধানী কি? অসমৰ কোন বনাঞ্চল ইয়াৰ ঘন ছাদ আৰু জৈৱ বৈচিত্ৰ্যৰ বাবে জনাজাত? এই শ্ৰেণীটোলৈ চাওক: ৭, ১০, ৮, ১১, ৯, ১২, ... পৰৱৰ্তী সংখ্যাটো কি হ'ব?