Daily MCQs

তলত দিয়া কথাবোৰ বিবেচনা কৰক। i) অৰুণোদয় আঁচনি অসম চৰকাৰৰ নতুন আঁচনি। ii) ই ২ অক্টোবৰ ২০২০ তাৰিখে আৰম্ভ কৰা হৈছিল। ওপৰত দিয়া বক্তব্যসমূহৰ ভিতৰত কোনটো শুদ্ধ/সঠিক?

যিকোনো এটা বিকল্প বাছি লোৱাৰ পিছত উত্তৰটো চাব পাৰিব।

একেধৰণৰ প্ৰশ্নসমূহ

ভল্ট হৈছে তলৰ কোনটোৰ একক? তলৰ কোনটো সাংবিধানিক সংস্থা নহয়? পোক-পতংগৰ কামোৰৰ ফলত কিহৰ বাবে খজুৱতি হয়? পৃথিৱীৰ আটাইতকৈ সৰু মহাদেশ কোনখন? BTRৰ সম্পূৰ্ণ ৰূপ কি?