Daily MCQs

১৬৪২ চনত প্ৰথম যান্ত্ৰিক কেলকুলেটৰ কোনে উদ্ভাৱন কৰিছিল?

যিকোনো এটা বিকল্প বাছি লোৱাৰ পিছত উত্তৰটো চাব পাৰিব।

একেধৰণৰ প্ৰশ্নসমূহ

চন্দ্ৰগুপ্ত মৌৰ্যই কোন শাসকক পৰাজিত কৰি ভাৰতত মৌৰ্য সাম্ৰাজ্যৰ ভেটি স্থাপন কৰিছিল? সাহিত্যৰ ক্ষেত্ৰত ২০২৪ চনৰ নোবেল বঁটা কোনে লাভ কৰিছে? লোকসভাত বিটিআৰৰ প্ৰতিনিধি কোন? ভাৰতীয় ভূখণ্ডৰ কিমান শতাংশ অসমে সামৰি লৈছে? প্লুটোক কেতিয়া বামন গ্ৰহ হিচাপে ঘোষণা কৰা হৈছিল?