Daily MCQs

এগৰাকী ৰাজ্যপাল হ’বলৈ হ'লে নিম্নতম বয়স কিমান হোৱাটো বাঞ্চনীয়?

যিকোনো এটা বিকল্প বাছি লোৱাৰ পিছত উত্তৰটো চাব পাৰিব।

একেধৰণৰ প্ৰশ্নসমূহ

প্ৰথম ইলেক্ট্ৰনিক কম্পিউটাৰ ENIAC কোনে নিৰ্মাণ কৰিছিল? যেতিয়া কোনো এটা দলেই সংখ্যাগৰিষ্ঠতা লাভ নকৰে আৰু কেইবাটাও দলে মিলি চৰকাৰ গঠন কৰে, তাক কি বুলি কোৱা হয়? কোনখন দেশৰ মাজেৰে বিষুৱৰেখা পাৰ হৈ যায়? অৰুণ আৰু ভাস্কৰৰ বৰ্তমান বয়সৰ যোগফল হ’ল ৭০ বছৰ। ৫ বছৰ আগতে অৰুণৰ বয়স ভাস্কৰতকৈ দুগুণ আছিল। ভাস্কৰৰ বৰ্তমান বয়স কিমান? ভাৰতত চৰকাৰী ছিকিউৰিটি কোনে পৰিচালনা কৰে?