Daily MCQs
English
অসমীয়া
আমাৰ WhatsApp চেনেল যোগদান কৰক
অসম আৰক্ষীৰ লিখিত পৰীক্ষাৰ Mock Test
অসম আৰক্ষীৰ লিখিত পৰীক্ষাৰ কিতাপ
10 November 2024
Darshan
Share
ৰাখাল পূজা অসমৰ কোনখন জিলাৰ ৰাইজে পালন কৰে?
ক) নলবাৰী
খ) বৰপেটা
গ) গোৱালপাৰা
ঘ) নগাঁও
গোৱালপাৰা
যিকোনো এটা বিকল্প বাছি লোৱাৰ পিছত উত্তৰটো চাব পাৰিব।
একেধৰণৰ প্ৰশ্নসমূহ
যদি কোনো পাৰ্টিত পুৰুষ আৰু মহিলাৰ অনুপাত ৪:৭ হয়, তেন্তে তলৰ কোনটো পাৰ্টিত থকা মুঠ মানুহৰ সংখ্যা হ’ব পাৰে?
What is the meaning of the following idiom? “Come off with flying colours”
ইণ্টাৰনেটৰ পিতৃ হিচাপে কাক জনা যায়?
গৌতম বুদ্ধৰ জন্ম হৈছিল ______ ত।
তলৰ কোনটো কৌটিল্যৰ আন এটা নাম নহয়?