তলৰ কোনটো উপনিষদৰ পৰা সত্যমেব জয়তে শব্দৰ উৎপত্তি হৈছে?
- ক) মুণ্ডক উপনিষদ
- খ) মুদ্ৰখেলা উপনিষদ
- গ) ব্ৰহ্ম উপনিষদ
- ঘ) ওপৰৰ কোনোটোৱেই নহয়
- মুণ্ডক উপনিষদ
যিকোনো এটা বিকল্প বাছি লোৱাৰ পিছত উত্তৰটো চাব পাৰিব।
যিকোনো এটা বিকল্প বাছি লোৱাৰ পিছত উত্তৰটো চাব পাৰিব।