Daily MCQs

কোনখন চহৰক ‘ভাৰতৰ তীখা চহৰ’ বুলি জনা যায়?

যিকোনো এটা বিকল্প বাছি লোৱাৰ পিছত উত্তৰটো চাব পাৰিব।

একেধৰণৰ প্ৰশ্নসমূহ

ব্ৰহ্মপুত্ৰ নদীয়ে কোন নদীৰ লগত সুন্দৰবন বদ্বীপ গঠন কৰে? অলিম্পিকত অংশগ্ৰহণ কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা জিমনাষ্ট কোন? নিম্নলিখিত অসমৰ কোনটো এলেকাত ফেৰেল ঘোঁৰা পোৱা যায়? গাও সভাৰ নূন্যতম কোৰাম কিমান? কোনখন সাগৰে এছিয়া আৰু আফ্ৰিকা মহাদেশক পৃথক কৰিছে?