Daily MCQs

ভৌগোলিক আকাৰৰ ফালৰ পৰা বিশ্বৰ দেশৰ ভিতৰত ভাৰতৰ স্থান -

যিকোনো এটা বিকল্প বাছি লোৱাৰ পিছত উত্তৰটো চাব পাৰিব।

একেধৰণৰ প্ৰশ্নসমূহ

বিশ্ব স্বাস্থ্য দিৱস কেতিয়া পালন কৰা হয়? ভাৰত আৰু কোনখন দেশৰ মাজত সংযুক্ত সামৰিক অনুশীলন 'মিত্ৰ শক্তি' অনুষ্ঠিত হয়? ‘ইণ্ডিয়া এগেইনষ্ট ইটছেল্ফ’ নামৰ গ্ৰন্থখনৰ লেখক কোন আছিল? কোনখন দেশে আনুষ্ঠানিকভাৱে ইউটিউব নিষিদ্ধ কৰিছে? তলৰ কোনটো আইনে অসমৰ বিধায়িনী দলক দ্বি-সদন কৰি তুলিছিল?