Daily MCQs

পৃথিৱীৰ আটাইতকৈ সৰু মহাসাগৰ কোনখন?

যিকোনো এটা বিকল্প বাছি লোৱাৰ পিছত উত্তৰটো চাব পাৰিব।

একেধৰণৰ প্ৰশ্নসমূহ

২০০ মিটাৰ দৈৰ্ঘ্যৰ এখন ৰেল ঘণ্টাত ৫৪ কিলোমিটাৰ বেগত চলি আছে। ১৭৫ মিটাৰ দৈৰ্ঘ্যৰ এখন দলং পাৰ হ’বলৈ কিমান চেকেণ্ড সময় লাগিব? সম্বৰ হ্ৰদ কোনখন ৰাজ্যত অৱস্থিত? অকল ক য়ে ২০ দিনত এটা কাম কৰিব পাৰে, আৰু অকল খ য়ে ৩০ দিনত কৰিব পাৰে। যদি তেওঁলোকে একেলগে কাম কৰে তেন্তে আধা কাম শেষ কৰিবলৈ কিমান সময় লাগিব? Is there _____ at the door? কোন বছৰত প্রথম অসমীয়া আলোচনী ‘অৰুণোদয়’ প্রকাশ হৈছিল?