সংবিধানে স্বীকৃতি দিয়া ২২টা ভাষাৰ ভিতৰত তলৰ কোন দুটা ভাষা নাই?
- ক) বাংলা, বড়ো
- খ) ইংৰাজী, অসমীয়া
- গ) ৰাজস্থানী, নেপালী
- ঘ) ইংৰাজী, ৰাজস্থানী
- ইংৰাজী, ৰাজস্থানী
যিকোনো এটা বিকল্প বাছি লোৱাৰ পিছত উত্তৰটো চাব পাৰিব।
যিকোনো এটা বিকল্প বাছি লোৱাৰ পিছত উত্তৰটো চাব পাৰিব।