Daily MCQs

কোনখন ভাৰতীয় ৰাজ্যত সাংবিধানিকভাৱে স্বীকৃতিপ্ৰাপ্ত অনুসূচিত জনজাতি নাই?

যিকোনো এটা বিকল্প বাছি লোৱাৰ পিছত উত্তৰটো চাব পাৰিব।

একেধৰণৰ প্ৰশ্নসমূহ

পানী দিহিং চৰাই অভয়াৰণ্য তলৰ কোনখন জিলাত অৱস্থিত? ‘হালধীয়া চৰায়ে বাওধান খায়’ ছবিখন কোনে পৰিচালনা কৰিছিল? যদি আটাইতকৈ সৰু ৫ অংকৰ সংখ্যাটোৰ পৰা আটাইতকৈ ডাঙৰ ৩ অংকৰ সংখ্যাটো বিয়োগ কৰা হয় তেন্তে ফলাফল হ’ব এটা সংখ্যা ১২.৫% হ্ৰাস কৰিলে ১১৯ হয়। সংখ্যাটো হ’ল 'আৰ্য সমাজ'ৰ প্ৰতিষ্ঠাপক কোন?