Daily MCQs
English
অসমীয়া
আমাৰ WhatsApp চেনেল যোগদান কৰক
অসম আৰক্ষীৰ লিখিত পৰীক্ষাৰ Mock Test
অসম আৰক্ষীৰ লিখিত পৰীক্ষাৰ কিতাপ
09 November 2024
Darshan
Share
জুল কিহৰ একক?
ক) দূৰত্ব
খ) শক্তি
গ) গতি
ঘ) বেগ
শক্তি
যিকোনো এটা বিকল্প বাছি লোৱাৰ পিছত উত্তৰটো চাব পাৰিব।
একেধৰণৰ প্ৰশ্নসমূহ
“অ’ মোৰ অপুনাৰ দেশ” সুৰ কোনে ৰচনা কৰিছিল?
এজন ব্যক্তিয়ে বেংকৰ পৰা বছৰি ১২% হাৰত সৰল সুতত ঋণ লৈছিল। ৩ বছৰৰ পাছত কেৱল সেই সময়ছোৱাৰ বাবে তেওঁ ৫৪০০ টকা সুত হিচাপে দিবলগীয়া হৈছিল। তেওঁ ঋণ লোৱা মূলধন আছিল?
ভাৰতৰ প্ৰথমজন চীফ অৱ ডিফেন্স ষ্টাফ কোন আছিল?
মানুহৰ শৰীৰত নখ ______ ৰ দ্বাৰা গঠিত।
চন্দ্ৰপ্ৰভা শইকীয়ানীয়ে সম্পাদনা কৰা আলোচনীখনৰ নাম কি আছিল?