Daily MCQs

সিন্ধু নদীৰ উৎপত্তি কি?

যিকোনো এটা বিকল্প বাছি লোৱাৰ পিছত উত্তৰটো চাব পাৰিব।

একেধৰণৰ প্ৰশ্নসমূহ

তিনি বছৰৰ পাছত এগৰাকী মাতৃ আৰু পুত্ৰৰ মুঠ বয়স হ’ব ৫০ বছৰ। তিনি বছৰৰ আগতে মাতৃৰ বয়স আছিল ৩০ বছৰ। তাইৰ পুত্ৰৰ বৰ্তমান বয়স কিমান? কোন চনত গান্ধী–আৰউইন চুক্তি স্বাক্ষৰিত হৈছিল? তলৰ সকলৰ ভিতৰত কোনজন ৰামায়ণৰ প্ৰথম অসমীয়া অনুবাদক? আজি যদি দেওবাৰ হয় তেন্তে ৯২ দিনৰ পিছৰ দিনটো হ’ব স্বাধীন ভাৰতৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী কোন আছিল?