Daily MCQs

সিন্ধু নদীৰ সৰ্ববৃহৎ উপনৈ কোনখন?

যিকোনো এটা বিকল্প বাছি লোৱাৰ পিছত উত্তৰটো চাব পাৰিব।

একেধৰণৰ প্ৰশ্নসমূহ

এজন ব্যক্তিয়ে A বিন্দুৰ পৰা পূব দিশলৈ ৩ কি.মি. গৈ B পালে, তাৰ পিছত বাওঁফালে ঘূৰি তাৰ তিনিগুণ দূৰত্ব অতিক্ৰম কৰি C পালে। তেওঁ আকৌ বাওঁফালে ঘূৰি A আৰু B-ৰ মাজৰ দূৰত্বৰ পাঁচগুণ অতিক্ৰম কৰি D গন্তব্যস্থান পালে। আৰম্ভণি বিন্দু আৰু গন্তব্যস্থানৰ মাজৰ আটাইতকৈ কম দূৰত্ব কিমান? ভূপেন হাজৰিকাক কেতিয়া দাদাচাহেব ফাল্কে বঁটাৰে সন্মানিত কৰা হৈছিল? মুখ্যমন্ত্রী পদৰ প্রার্থীৰ বাবে নূন্যতম কিমান বয়সৰ প্রয়োজন ? ৰাষ্ট্ৰসংঘ দিৱস প্ৰতি বছৰে কেতিয়া পালন কৰা হয়? চৰাইদেউত কেতিয়া চুকাফাই আহোমৰ ৰাজধানী নিৰ্মাণ কৰিছিল?