Daily MCQs

চোলামু হ্ৰদ (Tso Lhamo Lake) কোনখন ৰাজ্যত অৱস্থিত?

যিকোনো এটা বিকল্প বাছি লোৱাৰ পিছত উত্তৰটো চাব পাৰিব।

একেধৰণৰ প্ৰশ্নসমূহ

লোকসভাৰ বিতৰ্কত অংশগ্ৰহণ কৰিব পৰা অসদস্য কোন? এজন ল’ৰাই ঘণ্টাত ৪ কিলোমিটাৰ বেগত স্কুললৈ খোজ কাঢ়ি যাওঁতে ৯ মিনিট দেৰি কৰে। ঘণ্টাত ৫ কিলোমিটাৰ বেগত খোজ কাঢ়িলে ৯ মিনিট আগতেই আহি পায়। তেওঁৰ স্কুলৰ দূৰত্ব কিমান? কোনজন পণ্ডিতে প্ৰথমে ‘সিন্ধু সভ্যতা’ শব্দটো ব্যৱহাৰ কৰিছিল? জুল কিহৰ একক? কোনজন আহোম ৰজাৰ ৰাজত্বকাল আটাইতকৈ কম মাত্ৰ ২১ দিনৰ আছিল?