Daily MCQs

ল’ণাৰ হ্ৰদ কোনখন ৰাজ্যত অৱস্থিত?

যিকোনো এটা বিকল্প বাছি লোৱাৰ পিছত উত্তৰটো চাব পাৰিব।

একেধৰণৰ প্ৰশ্নসমূহ

মেঘালয়-কাৰ্বি আংলং মালভূমিত প্ৰধানকৈ কোনটো খনিজ সম্পদ পোৱা যায়? এটা ঘনকৰ সকলো পৃষ্ঠত নীলা ৰং কৰা হৈছে। তাৰ পিছত ইয়াক সমান আকাৰৰ ৬৪টা সৰু ঘনকলৈ কটা হৈছে। কেইটা সৰু ঘনকৰ কোনো পৃষ্ঠতে ৰং লগা নাই? কছাৰী ৰাজ্যৰ ধ্বংসাৱশেষ মূলতঃ কোনখন চহৰৰ ওচৰত পোৱা যায়? তলৰ কোনটো চাৰ্চ ইঞ্জিন নহয়? বৰপেটা কীৰ্তন ঘৰৰ প্ৰতিষ্ঠা কোনে কৰিছিল?