Daily MCQs

We have been waiting here for ______hour.

যিকোনো এটা বিকল্প বাছি লোৱাৰ পিছত উত্তৰটো চাব পাৰিব।

একেধৰণৰ প্ৰশ্নসমূহ

এগৰাকী মাতৃ, কন্যা আৰু পুত্ৰৰ বয়সৰ যোগফল হ’ল ৯৬ বছৰ। ৫ বছৰৰ পিছত তেওঁলোকৰ বয়সৰ যোগফল কিমান হ’ব? ৬০০ টকাত ফেন বিক্ৰী কৰি এজন মানুহে ১০% লোকচান কৰে। ২০% লাভ কৰিবলৈ ফেনৰ বিক্ৰী মূল্য হ’ব লাগে? কাক দিহিঙিয়া ৰাজা বুলি কোৱা হৈছিল? তলৰ কোনটো মহাসাগৰ পৃথিৱীৰ ভিতৰতে আটাইতকৈ ডাঙৰ? হিন্দু উপাধি গ্রহণ কৰা প্ৰথম আহোম ৰজা কোন আছিল?