Daily MCQs

কোনখন দেশত সৰ্বাধিক ইন্টাৰনেট ব্যৱহাৰকাৰী আছে?

যিকোনো এটা বিকল্প বাছি লোৱাৰ পিছত উত্তৰটো চাব পাৰিব।

একেধৰণৰ প্ৰশ্নসমূহ

৩, ৭, ৭, ১১, ৯, ১৩, ১৩, ১৭, ১৫, ২৩ এই শৃংখলাত কোনটো সংখ্যা ভুল? ইয়াৰ পৰা পাৰ্থক্য বিচাৰি উলিয়াওক: QRP, RUQ, NEM, MAL কিমান চনত 'অসম পঞ্চায়ত আইন' গৃহীত হয়? যদি ঘনক এটাৰ প্ৰতিটো ফাল ১০% বৃদ্ধি কৰা হয়, তেন্তে ঘনকটোৰ আয়তন কিমান শতাংশ বৃদ্ধি পাব? সিন্ধু উপত্যকা সভ্যতাৰ হৰপ্পা স্থানটো কেতিয়া আৱিষ্কাৰ কৰা হৈছিল?