Daily MCQs

ভাৰতীয় সংবিধানৰ কোনটো অংশত মৌলিক কৰ্তব্যৰ তালিকাভুক্ত কৰা হৈছে?

যিকোনো এটা বিকল্প বাছি লোৱাৰ পিছত উত্তৰটো চাব পাৰিব।

একেধৰণৰ প্ৰশ্নসমূহ

অমিল বিচাৰি উলিয়াওক: ২৫, ৩৩, ২৭, ১৫। ধনশিৰি নদী কোনখন ৰাজ্যৰ মাজেৰে বৈ গৈছে? কোনজন পণ্ডিতে প্ৰথমে ‘সিন্ধু সভ্যতা’ শব্দটো ব্যৱহাৰ কৰিছিল? কোনটো বিভাগে অসম আৰক্ষীৰ তদাৰক কৰে? অসমৰ কিমানটা বিধানসভা সমষ্টি অনুসূচিত জাতিসমূহৰ বাবে সংৰক্ষিত?