কোনটো সংশোধনীৰ জৰিয়তে পঞ্চায়তীৰাজ ব্যৱস্থা প্ৰৱৰ্তন হ’ল?
- ক) ৬১ নং সংশোধনী আইন ১৯৮৯
- খ) ৮৬ সংখ্যক সংশোধনী আইন ২০০২
- গ) ৭৩ সংখ্যক সংশোধনী আইন ১৯৯২
- ঘ) ৭১ নং সংশোধনী আইন ১৯৯২
- ৭৩ সংখ্যক সংশোধনী আইন ১৯৯২
যিকোনো এটা বিকল্প বাছি লোৱাৰ পিছত উত্তৰটো চাব পাৰিব।