Daily MCQs

কোন চনত NABARD প্ৰতিষ্ঠা হৈছিল?

যিকোনো এটা বিকল্প বাছি লোৱাৰ পিছত উত্তৰটো চাব পাৰিব।

একেধৰণৰ প্ৰশ্নসমূহ

৭৫ মিটাৰ দৈৰ্ঘ্যৰ এখন ৰেল ঘণ্টাত ২০ কিলোমিটাৰ বেগত চলি আছে। প্লেটফৰ্মত থিয় হৈ থকা মানুহ এজনক পাৰ হ’বলৈ কিমান চেকেণ্ড সময় লাগিব? কোন দুখন নগৰৰ মাজত নৰনাৰায়ণ সেতু অৱস্থিত? ভৰৰ SI একক কি? কোন শতিকাত পাল বংশ অস্তিত্ব আহিছিল? 'শকুন্তলা' নাটকখন সংস্কৃতৰ পৰা অসমীয়ালৈ কোনে অনুবাদ কৰিছিল?