Daily MCQs

গোপীনাথ বৰদলৈক কোনে 'লোকপ্রিয়' উপাধি প্রদান কৰিছিল?

যিকোনো এটা বিকল্প বাছি লোৱাৰ পিছত উত্তৰটো চাব পাৰিব।

একেধৰণৰ প্ৰশ্নসমূহ

বছৰি ৮% চক্রবৃদ্ধি সুতত যদি ২ বছৰত ৫৮৩২ টকা হয় তেন্তে মূলধন কিমান হ’ব? শৃংখলাত ভুল পদটো চিনাক্ত কৰা - {৫, ৮, ১৩, ২০, ৩১, ৪০, ৫৩}। পাংগং হ্ৰদ (Pangong Tso) ক'ত অৱস্থিত? ভাৰতীয় সেনাৰ বিদ্ৰোহ বিৰোধী বিদ্যালয় ক’ত অৱস্থিত? তলৰ সকলৰ ভিতৰত কোন মল্লযুঁজাৰু?