Daily MCQs

কোনজন আহোম ৰজাই ‘বৰবৰুৱা’ আৰু ‘বৰফুকন’ পদ সৃষ্টি কৰিছিল?

যিকোনো এটা বিকল্প বাছি লোৱাৰ পিছত উত্তৰটো চাব পাৰিব।

একেধৰণৰ প্ৰশ্নসমূহ

অজয় আৰু বিজয়ৰ বয়সৰ অনুপাত ৩:৪। ৫ বছৰৰ পিছত তেওঁলোকৰ বয়সৰ নতুন অনুপাত হ’ব ৪:৫। বৰ্তমান বিজয়ৰ বয়স কিমান? আকবৰৰ দৰবাৰৰ সৰ্বশ্ৰেষ্ঠ সংগীতজ্ঞ তানচেনৰ আদি নাম কি আছিল? ভাৰতীয় সংবিধানৰ ৰক্ষক হিচাপে কোনক জনা যায়? মিজোৰামৰ ৰাজধানী কি? ঘণ্টাত ৩০.৬ কিলোমিটাৰ গতিবেগ প্ৰতি ছেকেণ্ডত কিমান মিটাৰৰ সমতুল্য?