Daily MCQs

তলৰ কোনখন নদীক দক্ষিণ গংগা নামেৰেও জনা যায়?

যিকোনো এটা বিকল্প বাছি লোৱাৰ পিছত উত্তৰটো চাব পাৰিব।

একেধৰণৰ প্ৰশ্নসমূহ

ভাৰতীয় ৰিজাৰ্ভ বেংকৰ প্ৰথম গৱৰ্ণৰ কোন আছিল? শেহতীয়াকৈ কোনখন চহৰক আনুষ্ঠানিক ভাৱে ভাৰতৰ প্ৰথমখন ইউনেস্কোৰ সাহিত্য নগৰ হিচাপে ঘোষণা কৰা হৈছে? What is the synonym of ‘furious’? কোন স্থানত ভগৱান বুদ্ধৰ জ্ঞান প্ৰাপ্ত হৈছিল? যদি ৬ বছৰৰ বাবে সৰল সুত মূলধনৰ ৩০% সমান হয়, তেন্তে সুত কেতিয়া মূলধনৰ সমান হ’ব?