Daily MCQs

অসমৰ ক্ষুদ্রতম অভয়াৰণ্য খনৰ নাম কি?

যিকোনো এটা বিকল্প বাছি লোৱাৰ পিছত উত্তৰটো চাব পাৰিব।

একেধৰণৰ প্ৰশ্নসমূহ

কোনখন ৰাষ্ট্ৰই সৰ্বাধিক সংখ্যক থমাছ কাপ খিতাপ দখল কৰিছে? দৈৰ্ঘ্যৰ SI একক কি? ৫, ৮, ১১, ১৪ ... এই শ্ৰেণীৰ দশম পদ কিমান? এটা কাৰ্যালয়ত ৪০% কৰ্মচাৰী মহিলা। যদি ৪০% মহিলা আৰু ৬০% পুৰুষে মোক ভোট দিছিল, তেন্তে মুঠ কৰ্মচাৰীৰ কিমান শতাংশই মোক ভোট দিছিল? যদি এখন ত্ৰিভুজৰ ভূমি ১০ চেমি আৰু উচ্চতা ৬ চেমি হয়, তেন্তে ইয়াৰ ক্ষেত্ৰফল কিমান?