Daily MCQs
English
অসমীয়া
আমাৰ WhatsApp চেনেল যোগদান কৰক
টেট, আৰক্ষী, ইত্যাদিৰ অনলাইন মক টেষ্ট
নিযুক্তি পৰীক্ষাৰ বাবে শ্ৰেষ্ঠ কিতাপ
08 November 2024
JobAssam
Share
সাপে কামোৰাৰ ক্ষেত্ৰত বেজী দিয়াৰ বাবে উত্তম ঔষধ হৈছে _________।
ক) পেনিচিলিন
খ) এন্টিভেনিন
গ) টেৰামাইচিন
ঘ) স্ট্রেপ্টোমাইচিন
এন্টিভেনিন
যিকোনো এটা বিকল্প বাছি লোৱাৰ পিছত উত্তৰটো চাব পাৰিব।
একেধৰণৰ প্ৰশ্নসমূহ
কেতিয়া ৰাজ্যিক নিৰ্বাচন আয়োগ, অসম গঠিত হৈছিল?
অসম সাহিত্য সভাৰ প্রথমখন সন্মিলন ক’ত অনুষ্ঠিত হৈছিল?
ভাৰতৰ আটাইতকৈ পুৰণি পৰ্বতমালা কোনটো?
তলত দিয়া কথাবোৰ বিবেচনা কৰক। i) অৰুণোদয় আঁচনি অসম চৰকাৰৰ নতুন আঁচনি। ii) ই ২ অক্টোবৰ ২০২০ তাৰিখে আৰম্ভ কৰা হৈছিল। ওপৰত দিয়া বক্তব্যসমূহৰ ভিতৰত কোনটো শুদ্ধ/সঠিক?
ৰাণা প্ৰতাপ কোন ৰাজপুত বংশৰ আছিল?