Daily MCQs

এটা টেংকি ৬টা পাইপেৰে ৮০ মিনিটত ভৰাই ল’ব পাৰি। ৮টা পাইপেৰে টেংকি ভৰাইবলৈ কিমান সময় লাগিব?

যিকোনো এটা বিকল্প বাছি লোৱাৰ পিছত উত্তৰটো চাব পাৰিব।

একেধৰণৰ প্ৰশ্নসমূহ

___ of the boys was given a prize. “ইনক্লাব জিন্দাবাদ” (বিপ্লৱ জীয়াই থাকক) শ্লোগানটো কোনে জনপ্ৰিয় কৰিছিল: ২০২৫ চনৰ মাৰ্চ মাহলৈকে অসমত কিমানখন জিলা আছে? তলৰ কোনটো যোৰ শুদ্ধ? পৰৱৰ্তী কি আহিব: SCD, TEF, UGH, ?, WKL