Daily MCQs

From the list below, identify the antonym of ‘cheap’.

যিকোনো এটা বিকল্প বাছি লোৱাৰ পিছত উত্তৰটো চাব পাৰিব।

একেধৰণৰ প্ৰশ্নসমূহ

কোনখন ৰাজ্যত উত্তৰ-পূব পুলিচ একাডেমী অৱস্থিত? পাটকাই পৰ্বত মালায়ে ______ৰ মাজৰ সীমা নিৰ্ধাৰণ কৰে। অসমৰ কোনখন জিলাত ৰাইমোনা ৰাষ্ট্ৰীয় উদ্যান অৱস্থিত? ভাৰতীয় সংবিধানৰ কোনটো সংশোধনে ভোটদানৰ বয়স ২১ বছৰৰ পৰা ১৮ বছৰলৈ হ্ৰাস কৰিলে? প্ৰাচীন কালত অসমক _____ নামেৰেও জনা যায়।