Daily MCQs

১২ কিলোমিটাৰ দূৰত্বৰ গন্তব্যস্থানত ১৫ মিনিটত উপনীত হ’বলৈ ঘাইপথত গাড়ী এখন কিমান বেগেৰে যাত্ৰা কৰিব লাগে?

যিকোনো এটা বিকল্প বাছি লোৱাৰ পিছত উত্তৰটো চাব পাৰিব।

একেধৰণৰ প্ৰশ্নসমূহ

আলি আঃয়ে লৃগাং হৈছে কৃষিভিত্তিক উৎসৱ যিটো ______ য়ে পালন কৰে। কোন দুখন নগৰৰ মাজত নৰনাৰায়ণ সেতু অৱস্থিত? কলহনাৰ ৰাজতৰংগিনী কোন অঞ্চলৰ ইতিহাসৰ ওপৰত ৰচনা? অসম উপত্যকা বঁটা (সাহিত্য)ৰ প্ৰথম প্ৰাপক কোন? কোনজন ৰজাই এলাহাবাদত কুম্ভ মেলাৰ আয়োজন আৰম্ভ কৰিছিল?