Daily MCQs

আন্তঃৰাষ্ট্ৰীয় উৎসৱ ‘কুল্লু দশেৰা’ কোনখন ৰাজ্যত পালন কৰা হয়?

যিকোনো এটা বিকল্প বাছি লোৱাৰ পিছত উত্তৰটো চাব পাৰিব।

একেধৰণৰ প্ৰশ্নসমূহ

চৰাইদেউত কেতিয়া চুকাফাই আহোমৰ ৰাজধানী নিৰ্মাণ কৰিছিল? ভূপেন হাজৰিকাক কেতিয়া দাদাচাহেব ফাল্কে বঁটাৰে সন্মানিত কৰা হৈছিল? সংখ্যা দুটাৰ গঃসাঃগু ৯৬ আৰু সিহঁতৰ লঃসাঃগু ১২৯৬। যদি সংখ্যাবোৰৰ এটা ৮৬৪ হয়, তেন্তে আনটো সংখ্যা কিমান? অজয় আৰু বিজয়ৰ বয়সৰ অনুপাত ৩:৪। ৫ বছৰৰ পিছত তেওঁলোকৰ বয়সৰ নতুন অনুপাত হ’ব ৪:৫। বৰ্তমান বিজয়ৰ বয়স কিমান? কোনে বৰপেটাত ‘বৰপেটা সত্ৰ’ প্ৰতিষ্ঠা কৰিছিল?