Daily MCQs

প্ৰথম অসম আৰক্ষী বেটেলিয়ন (APBN) ক'ত অৱস্থিত?

যিকোনো এটা বিকল্প বাছি লোৱাৰ পিছত উত্তৰটো চাব পাৰিব।

একেধৰণৰ প্ৰশ্নসমূহ

এজন মানুহে ঘণ্টাত ১২ কিলোমিটাৰ বেগত নিৰ্দিষ্ট দূৰত্ব অতিক্ৰম কৰি ৯ কিলোমিটাৰ বেগত উভতি আহে। যদি মুঠ সময় ২ ঘণ্টা ২০ মিনিট হয়, তেন্তে ইয়াৰ দূৰত্ব কিমান? সংকলনৰ ক্ষেত্ৰত পৰৱৰ্তী বৈদিক যুগে কি বুজায়? অডোমিটাৰ : দূৰত্ব :: কম্পাছ : ...? 'পাগলিষ্ট' বুলি কি খেলাৰ খেলুৱৈক কোৱা হয়? কোন চনত শ্ৰীমন্ত শংকৰদেৱৰ মৃত্যু হৈছিল?