Daily MCQs
English
অসমীয়া
আমাৰ WhatsApp চেনেল যোগদান কৰক
অসমৰ প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাৰ Mock Test
অসমৰ প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাৰ কিতাপ
29 August 2024
Darshan
Share
মণিৰাম দেৱানক বন্দী কৰি ৰখা জেলখনৰ নাম কি?
ক) গুৱাহাটী কাৰাগাৰ
খ) যোৰহাট কাৰাগাৰ
গ) তেজপুৰ কাৰাগাৰ
ঘ) নলবাৰী কাৰাগাৰ
যোৰহাট কাৰাগাৰ
যিকোনো এটা বিকল্প বাছি লোৱাৰ পিছত উত্তৰটো চাব পাৰিব।
একেধৰণৰ প্ৰশ্নসমূহ
এই শৃংখলাটো চাওক: ২২, ২১, ২৩, ২২, ২৪, ২৩, _____। ইয়াৰ পিছত কি সংখ্যা আহিব লাগে?
অসমৰ বৃহত্তম তেল শোধনাগাৰ তলৰ কোনটো স্থানত অৱস্থিত?
এখন কলেজত ল’ৰা আৰু ছোৱালীৰ অনুপাত ৮:৫। যদি ১৬০ গৰাকী ছোৱালী থাকে তেন্তে কলেজত মুঠ ছাত্ৰ-ছাত্ৰীৰ সংখ্যা কিমান?
কোনখন দেশৰ সংবিধানৰ পৰা ‘জৰুৰীকালীন অৱস্থাত মৌলিক অধিকাৰ স্থগিত ৰখা’ৰ ব্যৱস্থা লোৱা হৈছে?
ব্ৰিটিছৰ বিৰুদ্ধে যুঁজ দিয়া প্ৰথম অসমীয়া আছিল