Daily MCQs

কোন ৰজাৰ নেতৃত্বত শুক্ৰেশ্বৰ মন্দিৰ স্থাপন কৰা হৈছিল?

যিকোনো এটা বিকল্প বাছি লোৱাৰ পিছত উত্তৰটো চাব পাৰিব।

একেধৰণৰ প্ৰশ্নসমূহ

অসমৰ চাহৰ ৰাজধানী হৈছে _____। ০.৫ মিলিমিটাৰ ডাঠ কাগজ এখন বাৰে বাৰে ভাঁজ কৰি ১.২৮ চে.মি. আকাৰৰ ফাঁক এটা পূৰণ কৰা হয়। প্ৰয়োজনীয় সংখ্যক ভাঁজ হ’ল কোনজন আহোম ৰজাক জনপ্ৰিয়ভাৱে ‘বামুনি কোঁৱৰ’ বুলি জনা গৈছিল? চাৰিজন ব্যক্তিৰ মুঠ বয়স ৮৬ বছৰ। ৪ বছৰ আগতে তেওঁলোকৰ গড় বয়স কিমান আছিল? ৭, ১২, ৫, ১, ৪, ২, ১, ১২, ১৭, ১৬, ১, ৫, ৮ এই তথ্য শৃংখলাৰ গড় কিমান হব?