Daily MCQs

অসমৰ কোনজন খেলুৱৈক 'ধিং এক্সপ্ৰেছ' বুলি কোৱা হয়?

যিকোনো এটা বিকল্প বাছি লোৱাৰ পিছত উত্তৰটো চাব পাৰিব।

একেধৰণৰ প্ৰশ্নসমূহ

ভাৰতৰ তলৰ কোনখন ৰাজ্য প্ৰথম কাৰ্বনমুক্ত ৰাজ্য হ’ল? ১ মেগাবাইট _______ ৰ সমান। জৈন ধৰ্মৰ আটাইতকৈ পুৰণি গ্ৰন্থখনক ______ বুলি কোৱা হয়। বাংলাদেশৰ আটাইতকৈ দীৰ্ঘদিনীয়া প্ৰধানমন্ত্ৰী কোন? ৰাষ্ট্ৰসংঘ দিৱস প্ৰতি বছৰে কেতিয়া পালন কৰা হয়?