Daily MCQs

২০২৪ চনৰ আগষ্ট মাহত অসমৰ মহিলা আৰু শিশু কল্যাণ বিভাগৰ মন্ত্ৰী কোন?

যিকোনো এটা বিকল্প বাছি লোৱাৰ পিছত উত্তৰটো চাব পাৰিব।

একেধৰণৰ প্ৰশ্নসমূহ

কোনজন আহোম স্বৰ্গদেউৱে বৰপাত্ৰগোহাঁইৰ পদ সৃষ্টি কৰিছিল? যদি পেট্ৰ’লৰ দাম ২৫% বৃদ্ধি পায়, তেন্তে কোনো গাড়ীৰ মালিকে তেওঁলোকৰ খৰচ একেই ৰাখিবলৈ পেট্ৰ’লৰ ব্যৱহাৰ কিমান শতাংশ হ্ৰাস কৰিব লাগে? অৰ্থশাস্ত্ৰৰ ৰচক চাণক্যৰ দৰবাৰত মন্ত্ৰী আছিল ব্ৰিটিছৰ বিৰুদ্ধে যুঁজ দিয়া প্ৰথম অসমীয়া আছিল মেগনিফাইং গ্লাছত কি ধৰণৰ লেন্স ব্যৱহাৰ কৰা হয়?