Daily MCQs

কোচে জাৰি কৰা মুদ্ৰাবোৰক কি নামেৰে জনা গৈছিল​?

যিকোনো এটা বিকল্প বাছি লোৱাৰ পিছত উত্তৰটো চাব পাৰিব।

একেধৰণৰ প্ৰশ্নসমূহ

মণিৰাম দেৱানৰ প্ৰকৃত নাম _____। ইংলিছ চেনেলত সাঁতুৰিবলৈ অসমৰ প্ৰথম সাঁতোৰবিদ কোন আছিল? আমাৰ খাদ্যত তলত দিয়া কোনটোৰ অভাৱৰ বাবে গইট্ৰে হয়? ঘণ্টাত ৬০ কিলোমিটাৰ বেগত ৪ ঘণ্টা ৩০ মিনিট সময় লাগে। গতি ১৫ মিটাৰ প্ৰতি ছেকেণ্ড হ’লে যাত্ৰাত কিমান সময় লাগিব? ক আৰু খ ক্ৰমে ৪৫ আৰু ৪০ দিনত এটা কাম কৰিব পাৰে। দুয়ো একেলগে কাম কৰিবলৈ আৰম্ভ কৰে, কিন্তু ক কিছুদিনৰ পিছত গুচি যায়, আৰু খ ২৩ দিনত বাকী থকা কাম শেষ কৰে। কিমান দিনৰ পাছত ক গুচি গ’ল?