Daily MCQs

যদি sin A = ১/২ হয়, তেন্তে cot A ৰ মান হ’ল:

যিকোনো এটা বিকল্প বাছি লোৱাৰ পিছত উত্তৰটো চাব পাৰিব।

একেধৰণৰ প্ৰশ্নসমূহ

তলৰ কোনটো অসমীয়াৰ উপৰিও ভাৰতীয় সংবিধানৰ অষ্টম অনুসূচীত অন্তৰ্ভুক্ত ভাষা? ভাৰত-আমেৰিকাৰ যৌথ সামৰিক অনুশীলন মালাবাৰত অংশগ্ৰহণ কৰা তৃতীয়খন দেশ কোনখন? বছৰি ৪% চক্রবৃদ্ধি সুতত ২ বছৰৰ ভিতৰত কিমান মূলধন হ’ব ২৭০.৪০ টকা? Complete the following proverb “Paddle your own ______” কোনটো ৰোগ চিনাক্ত কৰিবলৈ উইডেল পৰীক্ষা কৰা হয়?