Daily MCQs

শেহতীয়াকৈ কোনখন দেশে জাপানক পিছ পেলাই বিশ্বৰ তৃতীয় বৃহত্তম অৰ্থনীতি হিচাপে পৰিগণিত হৈছে?

যিকোনো এটা বিকল্প বাছি লোৱাৰ পিছত উত্তৰটো চাব পাৰিব।

একেধৰণৰ প্ৰশ্নসমূহ

ভাৰতীয় বায়ুসেনাৰ মাৰ্শ্বাল পদবী দিয়া একমাত্ৰ চিফ অফ এয়াৰ ষ্টাফ কোন? উদ্ভিদৰ কোনটো অংশত সালোক সংশ্লেষণ প্ৰধানকৈ সংঘটিত হয়? কিমান পিন ক’ড জ’নত ভাৰত বিভক্ত? তলৰ কোনটো শব্দ আনবোৰতকৈ পৃথক? দক্ষিণ পশ্চিম বায়ু কমাণ্ডৰ মুখ্য কাৰ্যালয় ক’ত অৱস্থিত?