Daily MCQs

‘Bard’ হৈছে কোনটো প্ৰতিষ্ঠানে নিৰ্মাণ কৰা AI ভিত্তিক Chatbot ৰ নাম?

যিকোনো এটা বিকল্প বাছি লোৱাৰ পিছত উত্তৰটো চাব পাৰিব।

একেধৰণৰ প্ৰশ্নসমূহ

জেট ইঞ্জিন কোনে উদ্ভাৱন কৰিছিল? ঋগবেদৰ বহু অংশত উল্লেখ কৰা ‘অঘন্য’ নামটোৱে বুজায় ১৬৫৮ চনৰ ২১ জুলাইত আলমগীৰ উপাধি গ্ৰহণ কৰি ঔৰংজেবে সম্ৰাট হিচাপে ক’ত মুকুট পিন্ধিছিল? অসমৰ কোন বনাঞ্চল ইয়াৰ ঘন ছাদ আৰু জৈৱ বৈচিত্ৰ্যৰ বাবে জনাজাত? কোনখন দেশ অসমৰ উত্তৰ দিশত অৱস্থিত?