Daily MCQs

কম্পিউটাৰৰ ক’ড লিখাত সহায়ক হোৱাকৈ কোনটো কোম্পানীয়ে ‘ক’ড লামা’ এআই মডেল মুকলি কৰাৰ কথা ঘোষণা ক​ৰিছে?

যিকোনো এটা বিকল্প বাছি লোৱাৰ পিছত উত্তৰটো চাব পাৰিব।

একেধৰণৰ প্ৰশ্নসমূহ

_____ of the two sisters is married. প্লাষ্টিকৰ ব্যৱহাৰ ৰোধৰ বাবে ভাৰতৰ কোনখন ৰাজ্যই ‘মীন্দম মঞ্জপাই’ আঁচনি আৰম্ভ কৰিছিল? ডেমচক অঞ্চল কোনখন ৰাজ্য বা কেন্দ্ৰীয় শাসিত অঞ্চলত অৱস্থিত? অৰুণাচল প্ৰদেশত ব্ৰহ্মপুত্ৰ নদীক ______ বুলি জনা যায়। What is the antonym of Opaque?