কোনটো যুগক অসমীয়া সাহিত্যৰ ‘অৰুণোদয় যুগ’ বুলি কোৱা হয়?
- ক) ১৮৪৬ চনৰ পৰা ১৮৮০ চনলৈ
- খ) ১৮৪৬ চনৰ পৰা ১৮৩১ চনলৈ
- গ) ১৮৪৬ চনৰ পৰা ১৮৯৮ চনলৈ
- ঘ) ১৮৪৬ চনৰ পৰা ১৯৮৮ চনলৈকে
- ১৮৪৬ চনৰ পৰা ১৮৮০ চনলৈ
যিকোনো এটা বিকল্প বাছি লোৱাৰ পিছত উত্তৰটো চাব পাৰিব।
যিকোনো এটা বিকল্প বাছি লোৱাৰ পিছত উত্তৰটো চাব পাৰিব।