৬ৰ পৰা ১৪ বছৰ বয়সৰ ভিতৰৰ সকলো শিশুৰ শিক্ষাৰ অধিকাৰ হ’ল:
- ক) আইনী অধিকাৰ
- খ) শিক্ষাৰ অধিকাৰ
- গ) মৌলিক অধিকাৰ
- ঘ) এইবোৰৰ কোনোটোৱেই নহয়
- মৌলিক অধিকাৰ
যিকোনো এটা বিকল্প বাছি লোৱাৰ পিছত উত্তৰটো চাব পাৰিব।
যিকোনো এটা বিকল্প বাছি লোৱাৰ পিছত উত্তৰটো চাব পাৰিব।