Daily MCQs

I have never read _____ monthly magazine of TOI.

যিকোনো এটা বিকল্প বাছি লোৱাৰ পিছত উত্তৰটো চাব পাৰিব।

একেধৰণৰ প্ৰশ্নসমূহ

পলাশীৰ যুদ্ধত ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ সৈন্যবাহিনীৰ নেতা কোন আছিল? ছাৰকাৰিয়া আয়োগৰ পৰামৰ্শৰ ভিত্তিত কোন চনত আন্তঃৰাজ্যিক পৰিষদ গঠন কৰা হৈছিল? মাৰাথন : দৌৰ :: হাইবাৰনেচন : ...? ইউক্লিডৰ বিভাজনৰ উপপাদ্য অনুসৰি, দুটা ধনাত্মক অখণ্ড সংখ্যা a আৰু b ৰ বাবে, অদ্বিতীয় অখণ্ড সংখ্যা q আৰু r এনেদৰে থাকে যে a = bq + r, য'ত: কোন চনত বড়ো সাহিত্য সভা প্ৰতিষ্ঠা হৈছিল?