অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আধাৰশিলা স্থাপন কৰা ২৫ মেগাৱাটৰ সৌৰশক্তি উৎপাদন প্ৰকল্প কোনটো বিদ্যুৎ কেন্দ্ৰত অৱস্থিত?
- ক) গুৱাহাটী তাপ বিদ্যুৎ কেন্দ্ৰ
- খ) তেজপুৰ সৌৰ উদ্যান
- গ) নামৰূপ তাপ শক্তি কেন্দ্ৰ
- ঘ) বঙাইগাঁও শোধনাগাৰ
- নামৰূপ তাপ শক্তি কেন্দ্ৰ
যিকোনো এটা বিকল্প বাছি লোৱাৰ পিছত উত্তৰটো চাব পাৰিব।