Daily MCQs

She is _____ most intelligent in the class.

যিকোনো এটা বিকল্প বাছি লোৱাৰ পিছত উত্তৰটো চাব পাৰিব।

একেধৰণৰ প্ৰশ্নসমূহ

বায়ুমণ্ডলীয় চাপ জোখাৰ বাবে ব্যৱহৃত যন্ত্ৰটো হ’ল: এটা স্তম্ভৰ পাদবিন্দুৰ পৰা ১৫ মিটাৰ দূৰত থকা এটা বিন্দুৰ পৰা স্তম্ভটোৰ শীৰ্ষৰ উত্তঙ্গ কোণ ৬০°। স্তম্ভটোৰ উচ্চতা হ'ল: একেৰাহে চাৰিটা সংখ্যাৰ লঃসাঃগু ৬০। প্ৰথম দুটা সংখ্যাৰ যোগফল চতুৰ্থ সংখ্যাৰ সমান। এই চাৰিটা সংখ্যাৰ যোগফল কিমান? ভৌগোলিক আকাৰৰ ফালৰ পৰা বিশ্বৰ দেশৰ ভিতৰত ভাৰতৰ স্থান - শ্ৰেণীটোৰ পৰৱৰ্তী সংখ্যাটো কি: ৮, ৬, ৯, ২৩, ৮৭, ?