Daily MCQs

নতুন হিতাধিকাৰীক অৰুণোদয় কাৰ্ড বিতৰণৰ কাম ব্যক্তিগতভাৱে কোনে আৰম্ভ কৰিছিল?

যিকোনো এটা বিকল্প বাছি লোৱাৰ পিছত উত্তৰটো চাব পাৰিব।

একেধৰণৰ প্ৰশ্নসমূহ

এখন ৰে’লে ১২ মিনিটত ১০ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰে। যদি ইয়াৰ গতি ঘণ্টাত ৫ কিলোমিটাৰ হ্ৰাস কৰা হয়, তেন্তে একে দূৰত্ব অতিক্ৰম কৰিবলৈ কিমান সময় লাগিব? 'কাঠনিবাৰী ঘাট' নামৰ চুটিগল্প সংকলন কোনে লিখিছিল? ফেচবুক কেতিয়া আৰম্ভ হৈছিল? ভাৰতৰ সশস্ত্র বাহিনীৰ সর্বোচ্চ সেনাপতি কোন? ভাৰতত কিমানখন ৰাষ্ট্ৰীয় উদ্যান আছে?