Daily MCQs

চৰাইদেউৰ কেইখন মৈদাম ভাৰতীয় প্ৰত্নতাত্ত্বিক জৰীপ বিভাগৰ দ্বাৰা সুৰক্ষিত?

যিকোনো এটা বিকল্প বাছি লোৱাৰ পিছত উত্তৰটো চাব পাৰিব।

একেধৰণৰ প্ৰশ্নসমূহ

২০২৪ চনৰ আগষ্ট মাহত অসমৰ কৃষি আৰু উদ্যান শস্য মন্ত্ৰী কোন? ভূটানত মানস নদীক _____ বুলি জনা যায়। অসম ৰাইফলছৰ মুখ্য কাৰ্যালয়ৰ স্থান ক'ত? কোনে যোৰহাটক আহোম ৰাজ্যৰ শেষ ৰাজধানী হিচাপে প্ৰতিষ্ঠা কৰিছিল? ছাইনা নেহৱালৰ প্ৰশিক্ষক কোন?