Daily MCQs

নাগৰিকত্ব আইন কেতিয়া গৃহীত হৈছিল?

যিকোনো এটা বিকল্প বাছি লোৱাৰ পিছত উত্তৰটো চাব পাৰিব।

একেধৰণৰ প্ৰশ্নসমূহ

মহাত্মা গান্ধী কোন চনত দক্ষিণ আফ্ৰিকাৰ পৰা ভাৰতলৈ ঘূৰি আহিছিল? ঐতিহাসিক পথৰুঘাট যুদ্ধৰ স্থান পাথৰুঘাট বৰ্তমান অসমৰ কোনখন জিলাত অৱস্থিত? ভাৰতত একক নাগৰিকত্বৰ ধাৰণাটো কোন দেশৰ সংবিধানৰ পৰা লোৱা হৈছে? মাটিকালিৰ ফালৰ পৰা আটাইতকৈ সৰু মহাদেশ কোনখন? যদি এজন পিতৃয়ে নিজৰ দুই পুত্ৰই একেলগে কাম কৰাৰ দৰে দ্ৰুতগতিত কাম এটা কৰিব পাৰে, আৰু এজন পুত্ৰই ৩ ঘণ্টা সময় লয় আৰু আনজনে কামটো কৰিবলৈ ৬ ঘণ্টা সময় লয়, তেন্তে পিতৃয়ে অকলে কামটো কৰিবলৈ কিমান ঘণ্টা সময় ল’ব?