Daily MCQs

তলৰ কোনটো ভাষা ভাৰতৰ অনুসূচিত ভাষা নহয়?

যিকোনো এটা বিকল্প বাছি লোৱাৰ পিছত উত্তৰটো চাব পাৰিব।

একেধৰণৰ প্ৰশ্নসমূহ

ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণৰ অধ্যক্ষ হিচাপে কাক নিযুক্তি দিয়া হৈছে? কোচে জাৰি কৰা মুদ্ৰাবোৰক কি নামেৰে জনা গৈছিল​? ঘৰুৱা আৱৰ্জনাবোৰৰ প্ৰাকৃতিক পচনক কি বুলি কোৱা হয়? মোহনে ৯% আৰু ১০% সৰল সূতত সমান পৰিমাণৰ ধন দুবছৰ বাবে ঋণ দিছিল। যদি তেওঁৰ মুঠ সূত ৭৬০ টকা হয়, তেন্তে মুঠ কিমান ধন ঋণ দিয়া হৈছিল? ধোদৰ আলী _______ ৰ ৰাজত্বকালত নিৰ্মাণ কৰা হয়।